Deeplina Deka
Deeplina Deka
Genres: assamese, pop
Similar artists via Last.fm
About Deeplina Deka
দীপলিনা ডেকা (ইংৰাজী: Deeplina Deka) অসমৰ এগৰাকী অভিনেত্ৰী আৰু কণ্ঠশিল্পী। বৈদ্যুতিক অভিযান্ত্ৰিক ডিগ্ৰীধাৰী দীপলিনা অসমত "পৰী" নামেৰেও পৰিচিত। জুবিন গাৰ্গ পৰিচালিত মিছন চাইনা চলচ্চিত্ৰখনৰ মাধ্যমত তেওঁ অসমীয়া চলচ্চিত্ৰ জগতত অভিনয় জীৱনৰ পাতনি মেলিছিল।
Taken from Last.fm
740 listeners · 8,409 plays via Last.fm